I am now accessing as a :

Government Of Assam Higher Education

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

উদ্দেশ্য

  • উন্নত আন্তঃগাঁথনিমূলক সা-সুবিধা সৃষ্টি কৰা আৰু সমাজক উন্নত শিক্ষা প্ৰদান কৰা।
  • সন্মিলিত বিকাশৰ বাবে উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰা।
  • পাঠ্যক্ৰমৰ পুনঃঅন্তৰ্ভুক্তি আৰু নতুন পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি।
  • অধ্যাপকৰ উন্নয়ন।

কাৰ্য্যাৱলী

  • চৰকাৰী নীতিক উচ্চতৰ শিক্ষাৰ সঞ্চালকালয়, কাৰিকৰী শিক্ষাৰ সঞ্চালকালয়, ঐতিহাসিক আৰু পূৰাতাত্বিক বিভাগৰ সঞ্চালকালয়, আৰ.ইউ.এছ.এ আৰু জিলা বিষয়াই কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যাওতে প্ৰয়োজন হোৱা সমন্বয় ৰক্ষাকাৰী কাৰ্যপন্থাৰ বাবে উচ্চ শিক্ষা বিভাগ জগৰীয়া।
  • ৰাজ্যত শৈক্ষিক সা-সুবিধাৰ উচিত প্ৰয়োগৰ বাবে বিভাগে নীতিগত নিৰ্দেশনাও জাৰি কৰে।
  • উচ্চতৰ আৰু কাৰিকৰী শিক্ষা বিভাগো মানৱ সম্পদৰ প্ৰসাৰ/উন্নয়নৰ বাবে জগৰীয়া।
  • প্ৰতিষ্ঠিত উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ আধুনিকীকৰণ আৰু পৰিসৰ বৃদ্ধি কৰা।