মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বৃত্তান্ত

বিশ্ববিদ্যালয় – ১০ খন

কেন্দ্ৰীয় বিশ্ববিদ্যালয়- ২ খন.

অসম বিশ্ববিদ্যালয়, শিলচৰ
তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ

ৰাজ্যিক বিশ্ববিদ্যালয়- ৮ খন

সাধাৰণ অলেকাৰ অধীনত- ৫ খন

গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী
ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
কুমাৰ ভাস্কৰ বৰ্মন বিশ্ববিদ্যালয়
মহিলা বিশ্ববিদ্যালয়(প্ৰস্তাৱিত)
বি.টি.এ.ডি.( ষষ্ঠ অনুসূচীৰ অধীনত)- ১ খন
বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকোৰাঝাৰ
ব্যক্তিগত বিশ্ববিদ্যালয়- ২ খন
ডন বস্কো বিশ্ববিদ্যালয়
ডাউন টাউন বিশ্ববিদ্যালয়

চৰকাৰী মহাবিদ্যালয়ৰ তালিকা

ক্ৰমাংকমহাবিদ্যালয়ৰ নাম আৰুকেডাৰ শক্তি
শিকনঅ- শিক্ষাদান
কটন মহাবিদ্যালয়, পানবজাৰ, গুৱাহাটী২০৩২৪৯
চৰকাৰী আইন মহাবিদ্যালয়, গুৱাহাটী১৩
কৃষ্ণ কান্ত সন্দকৈ সংস্কৃত মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটী- ১৪১৩১৭
চৰকাৰী বিজ্ঞান মহাবিদ্যালয়, যোৰহাট, (বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান)১৮৩১
ডিফু চৰকাৰী মহাবিদ্যালয়, ডিফু, কাৰ্বি আংলং *  
হাফলং চৰকাৰী মহাবিদ্যালয়, হাফলং, উত্তৰ কাছাৰ পাৰ্বত্য *  
কোকোৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, কোকোৰাঝাৰ(বি টি এ ডি) *  

বে- চৰকাৰী মহাবিদ্যালয়ৰ তালিকা

গুৱাহাটী বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়
অসম বিশ্ববিদ্যালয়

আইন মহাবিদ্যালয়ৰ তালিকা ( এডহক)

এ.কে. চান্দ মহাবিদ্যালয়, শিলচৰ, কাছাৰ
জে.বি. আইন মহাবিদ্যালয়, গুৱাহাটী, কামৰূপ
নৌগাওগ আইন মহাবিদ্যালয়, নগাওঁ
বৰপেটা আইন মহাবিদ্যালয়, বৰপেটা
যোৰহাট আইন মহাবিদ্যালয়, যোৰহাট

 প্ৰাদেশীকৃত সংস্কৃত আৰু পালি টোল- ৮২ খন

 বে- চৰকাৰী সংস্কৃত টোল- ১০০ খন

 সাহিত্য আৰু স্বেচ্ছাসেৱী সংস্থা- ২১ খন

ক) কাৰিকৰী শিক্ষা বিভাগৰ অধীনৰ প্ৰতিষ্ছানসমূহ

বিশ্ববিদ্যালয় www.astu.ac.in

 বিশ্ববিদ্যালয়প্ৰতিষ্ঠাৰ বৰ্ষআগবঢ়োৱা পাঠ্যক্ৰমধাৰণ ক্ষমতা
অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়২০১০বি. টেক
এম. টেক
এম.চি.এ.
ডক্তৰেট ডিগ্ৰী
-

 

 প্ৰতিষ্ঠানৰ সংখ্যাধাৰণ ক্ষমতা
ডিগ্ৰী স্তৰ
চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়১২১৫
ডিপ্লোমা স্তৰ
পলিটেক্নিক প্ৰতিষ্ঠান২১৩৫২৫

পি পি পি আৰ্হিৰ অধীনৰ প্ৰতিষ্ঠানসমূহ

 প্ৰতিষ্ঠানৰ সংখ্যাধাৰণ ক্ষমতা
(চৰকাৰী আসন)
ডিগ্ৰী স্তৰ
পি পি পি আৰ্হিৰ অধীনৰ অভিযান্ত্ৰিক মহাবিদ্যালয় *32 **

খ) চৰকাৰী মহাবিদ্যালয়সমূহে ইঞ্জিনিয়াৰিঙত আগবঢ়োৱা স্নাতক/ স্নাতকোত্তৰ/পি.এইচ.ডি. কাৰ্য্যসূচী

 মহাবিদ্যালয়প্ৰতিষ্ঠাৰ বৰ্ষআগবঢ়োৱা পাঠ্যক্ৰমধাৰণ ক্ষমতা
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী১৯৫৬ইউ.জি., পি.জি., এম.চি.এ., পি.এইচ.ডি.৪২০+৭২+৩০
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট১৯৬০ইউ.জি., পি.জি., এম.চি.এ.৩১৫+৫১+৩০
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়১৯৭১/২০০৮ইউ.জি.২৪০
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, কোকোৰাঝাৰ২০১০ইউ.জি.১২০
বৰাক উপত্যকা মহাবিদ্যালয়, কৰিমগঞ্জ২০১৭ইউ.জি.১২০

গ) পলিটেক্নিক প্ৰতিষ্ঠানসমূহে ইঞ্জিনিয়াৰিঙত আগবঢ়োৱা ডিপ্লোমা পাঠ্যক্ৰম

 প্ৰতিষ্ঠানপ্ৰতিষ্ঠাৰ বৰ্ষধাৰণ ক্ষমতা
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী১৯৪৮২৮৫
নৌগংগ পলিটেক্নিক, নগাওঁ১৯৬১১৭০
প্ৰিণ্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান১৯২৭২৬০
বঙাইগাও পলিটেক্নিক, বঙাইগাওঁ১৯৮৬১২০
ডিব্ৰুগড় পলিটেক্নিক, ডিব্ৰুগড়১৯৬৫১৪০
শিলচৰ পলিটেক্নিক, শিলচৰ১৯৬০২২০
ছোৱালী পলিটেক্নিক, গুৱাহাটী১৯৬৪১৬০
আৱাসিক ছোৱালী পলিটেক্নিক, গোলাঘাট১৯৮৭৬০
ডিফু পলিটেক্নিক, ডিফু২০১০৬০
১০অসম বস্ত্ৰ প্ৰতিষ্ঠান, গুৱাহাটী১৯২০৭০
১১কামৰূপ পলিটেক্নিক২০১৭১৮০
১২গোৱালপাৰা পলিটেক্নিক২০১৭১৮০
১৩নলবাৰী পলিটেক্নিক২০১৭১৮০
১৪বৰপেটা পলিটেক্নিক২০১৭১৮০
১৫বাক্সা পলিটেক্নিক২০১৭১৮০
১৬শোণিতপুৰ পলিটেক্নিক২০১৭১৮০
১৭লক্ষীমপুৰ পলিটেক্নিক২০১৭১৮০
১৮ধেমাজি পলিটেক্নিক২০১৭১৮০
১৯শিৱসাগৰ পলিটেক্নিক২০১৭১৮০
২০গোলাঘাট পলিটেক্নিক২০১৭১৮০
২১কৰিমগঞ্জ পলিটেক্নিক২০১৭১৮০

তলত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ লিংক উল্লেখ কৰ হল

অসম চৰকাৰী অভইযান্ত্ৰিক মহাবিদ্যালয়

পলিটেক্নিক প্ৰতিষ্ঠান

Downloads
TitleSizeDetail
Name and Address of Provincialised Colleges of Assam77.57 KBswf-image
District wise list of 301 nos. of Govt. Provincialised Colleges of Assam103.39 KBswf-image
List of Courses in Affiliated colleges under Assam Science and Technology University201.16 KBswf-image