অসম উচ্চ শিক্ষা সঞ্চালকৰ অধীনত বিভিন্ন বৃত্তিমূলক আঁচনি
ক্ৰমিক নং |
| বৃত্তিৰ প্ৰকাৰ | ২০১৬-১৭ৰ বাবে বাজেটৰ বিধান | পৰিমাণ / কোণ্টাম ৰেট | লাভাৰ্থী | বাজেট বিধানৰ বাবে |
১ |
| যুটীয়া যোগ্যতাভিত্তিক বৃত্তি (স্নাতক) | ২৫.০০ লাখ | @১৫০/- টকা প্ৰতি মাহ | ৬০৭ সংখ্যক | ২৫.০০ লাখ |
২ |
| যুটীয়া যোগ্যতাভিত্তিক বৃত্তি (স্নাতকোত্তৰ) | ২৫.০০ লাখ | @২৫০/- টকা প্ৰতি মাহ | ২৪০ সংখ্যক | ২৫.০০ লাখ |
৩ |
| পি.এইচ.ডি.ৰ বাবে পি.জি. গৱেষণা বৃত্তি | ৭.৩৮ লাখ | @৭৫০/- টকা প্ৰতি মাহ | ৪ সংখ্যক | ৭.৩৮ লাখ |
৪ |
| এম.ফিলৰ বাবে বৃত্তি | ৭.৩৮ লাখ | @৫০০/- টকা প্ৰতি মাহ | - | ৭.৩৮ লাখ |
৫ |
| পি.জি.এল.এল.এম বৃত্তি (আইনৰ বাবে) | ৭.৩৮ লাখ | @৪০০/- টকা প্ৰতি মাহ | ৬০৭ সংখ্যক | ৭.৩৮ লাখ |
ক্ৰমিক নং | বৃত্তিৰ প্ৰকাৰ | পৰিমাণ / কোণ্টাম ৰেট | লাভাৰ্থী |
১ | যুটীয়া যোগ্যতাভিত্তিক বৃত্তি (স্নাতক) | @১৫০/- টকা প্ৰতি মাহ | ৩০০ টকা |
২ | যুটীয়া যোগ্যতাভিত্তিক বৃত্তি (স্নাতকোত্তৰ) | @২৫০/- টকা প্ৰতি মাহ | ৫০০ টকা |
৩ | পি.এইচ.ডি.ৰ বাবে পি.জি. গৱেষণা বৃত্তি | @৭৫০/- টকা প্ৰতি মাহ | ৬০০ টকা |
৪ | এম.ফিলৰ বাবে বৃত্তি | @৫০০/- টকা প্ৰতি মাহ | ৪০০ টকা |
৫ | পি.জি.এল.এল.এম বৃত্তি (আইনৰ বাবে) | @৪০০/- টকা প্ৰতি মাহ | ১৭০ টকা |
কাৰিকৰী সঞ্চালকালয়, অসমৰ অধীনত শিক্ষাবৃত্তিৰ সংক্ষিপ্ত বৰ্ণনা আৰু স্থিতি –
বাছনি প্ৰক্ৰিয়া
ই চি এচ ৰ জৰিয়তে লাভাৰ্থীৰ একাউন্টলৈ প্ৰতক্ষ্য হস্তান্তৰ হয়।
বৃত্তিৰ হাৰ
বৃত্তি, ভাট্টা আৰু বিষয়,পাঠ্যক্ৰম অনুসৰি, বৰ্তমান বৃত্তিৰ হাৰ এনে ধৰনৰঃ
অধ্যয়নৰ পৰ্য্যায়(এন ই চি ৰ অনুমোদিত তালিকাৰ অভিযান্তিক আৰু বৃত্তিগত পাঠ্যক্ৰম) | বেতন
| পুথি অনুমোদন
| মুঠ (টকা)
|
ডিপ্লমা | ৯০০ টকা (প্ৰতিমাহে) | ১০০০ টকা(বছৰি) | ১১৮০০(বছৰি) |
স্নাতক | ১০০০ টকা (প্ৰতিমাহে) | ১৪০০ টকা(বছৰি) | ১৩৪০০ টকা(বছৰি) |
স্নাতোকত্তৰ | ১২০০ টকা (প্ৰতিমাহে) | ২০০০ টকা (বছৰি) | ১৬৪০০ টকা (বছৰি) |
পি এইচ ডি/এম ফিল | ১৫০০ টকা (প্ৰতিমাহে) | ৩০০০ টকা (প্ৰতিমাহে) | ২১০০০ টকা (বছৰি) |
পুঁজি ব্যৱহাৰৰ বিশদ বৰ্ণনাঃ
অনুমোদনৰ বৰ্ষ | এন ই চি ৰ পৰা পোৱা পুঁজি(লাখত) | পুঁজিৰ ব্যৱহাৰ(লাখত) | বাস্তৱত অৰ্জিত লক্ষ্য(ছাত্ৰ ছাত্ৰীৰ সংখ্যা) |
২০০৪-০৫ | ২৫ | ২৫ | ২৩১ |
২০০৫-০৬ | ৪০.৫ | ৪০.৫ | ৩৪৪ |
২০০৬-০৭ | ৪০.৫ | ৪০.৫ | ২৬৬ |
২০০৭-০৮ | ৪০ | ৪০ | ২৮১ |
২০০৮-০৯ | ৪৬ | ৪৬ | ৩২৯ |
২০০৯-১০ | ১৩২ | ১২২.৩৪ | ১০৬৪ |
২০১০-১১ | ১২৮ | ৪১.৫৭ | ৩৮০ |
২০১১-১২ | ১৯০ | ১৯৮.৯২ | ১৩২৮ |
২০১২-১৩ | ১৭৭ | ২০০ | ১৪৯২ |
২০১৩-১৪ | ১৫০ | ২০০ | ১৪৭২ |
২০১৪-১৫ | ২২৩.৮৫৬ | ২২৩.৮৫৬ | ১৬৪৬ |
২০১৫-১৬ | ২২২.০৬ | ১২৯.৪৮২ | ৯৫৮* |
*২০১৫-১৬ বৰ্ষত, সকলো লাভাৰ্থীৰ বেংকৰ বিশদ বৰ্ণনাৰ ৰিছিপট,নথিৰ অভাৱত মুঠ পৰিমাণটো দিব পৰা নগল।
এন ই চি ৰ যোগ্যতা ভিত্তিক বৃত্তি আৰু পুথি অনুদান(পুঁজিৰ অভাৱত অনাদায়ী ধন)
ক্ৰমিক নং | বৰ্ষ | সাধাৰন | বিভাগ(সংখ্যাত) | মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা | প্ৰয়োজনীয় ধনৰ পৰিমাণ | ||
এচ চি | এচ টি | অ বি চি | (লাখত) | ||||
১. | ২০১৫-১৬ | - | - | - | - | ৩৪১ | ৪৬.৩০৬ টকা |
নতুন বিষয় | |||||||
২. | ২০১৪-১৫ | ৩২০ | ৩১ | ৩৬ | ১৩৫ | ৫২২ | ৭১.৫০৪ টকা |
৩. | ২০১৩-১৪ | ৩৬০ | ৫৮ | ৭০ | ১৪৯ | ৬৩৭ | ৮৭.৩৪৮ টকা |
৪. | ২০১২-১৩ | - | - | - | - | ৬২৮ | ৮৫.৫১৮ টকা |
মুঠ | - | - | - | - | - | ১৭৮৭ | ২৪৪.৪৭ টকা |
সৰ্বমুঠ প্ৰয়োজনীয় পুঁজি | ২১২৮ | ২৯০.৭৭৬ টকা |
মুঠ প্ৰয়োজনীয় পুঁজি-২৯০.৭৭৬ লাখ টকা
এন ই চি ব্যয় নোহোৱা টকা (২০১৫-১৬)-৯২.৫৭৮ লাখ টকা
অতিৰিক্ত প্ৰয়োজনীয় পুঁজি-১৯৮.২০ লাখ টকা
**২০১২-১৩ বৰ্ষৰ পৰা ২০১৫-১৬ বৰ্ষলৈ, বকেয়া সকলো দায়িত্ব শেষ কৰিবলৈ ১৯৮.২০ লাখ টকাৰ প্ৰয়োজন।
(ডিপ্লমা, ডিগ্ৰী, পি.জি, এম.ই, আৰু এম টেক অভিযান্ত্ৰিক শিক্ষাৰ্থীৰ বাবে)
প্ৰক্ৰিয়াঃ
বৃত্তিৰ হাৰ
ডিপ্লমা পাঠ্যক্ৰমৰ বাবেঃ
@ ১৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ বাহিৰৰ/ভিতৰৰ উভয়তে)
ডিগ্ৰী,স্নাতক পাঠ্যক্ৰমৰ বাবেঃ
@ ১৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ ভিতৰত)
@ ২৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ বাহিৰৰ)
স্নাতকোত্তৰ/ পি জি পাঠ্যক্ৰমৰ বাবেঃ
@ ১০০০ টকা প্ৰতিমাহে(ৰাজ্যৰ বাহিৰ/ ভিতৰ উভয়তে)
পুঁজি ব্যৱহাৰৰ বিশদ বৰ্ণনা/সাৰংশ(Fund utilizationSummary)
বৰ্ষ | ছাত্ৰ-ছাত্ৰীৰ সংখ্যা | পৰিমাণ |
২০০১-০২ | ১৪৮ | ১৩,৩৯,৫২৫ টকা |
২০০২-০৩ | ১৯৩ | ৭,৫৬,১০০ টকা |
২০০৩-০৪ | ২৬২ | ১,৩,৪২,৪৭৫ টকা |
২০০৪-০৫ | ২০৯ | ৮,০৩,৫৫০ টকা |
২০০৫-০৬ | ১৮৬ | ৫,৬৫,৫২৫ টকা |
২০০৬-০৭ | ২০০ | ৯,২৭,৭০০ টকা |
২০০৭-০৮ | ২১৫ | ৯,২১,০২৫টকা |
২০০৮-০৯ | ২৫১ | ১০,৯৯,০৭৫ টকা |
২০০৯-১০ | ৩৯৩ | ৯,৮৮,৮০০ টকা |
২০১০-১১ | ৩৯৩ | ১২,৩৬,৩২৫ টকা |
২০১১-১২ | ২৩৯ | ১৫,১১,৫৭৫ টকা |
২০১২-১৩ | ২১১ | ১৪,৪৮,৪৭৫ টকা |
২০১৩-১৪ | ১৩৪ | ৭,৫৪,০০০ টকা |
২০১৪-১৫ | ১২০ | ৫,৬৪,৬৭৫ টকা |
২০১৫-১৬ | ৩১ | ২,৫৬,০৫০ টকা |
মুঠ | ৩২৮৫ | ১,৩৫,১৫,৯০০টকা |
*২০১৫-১৬ বৰ্ষৰ সকলো বাছনি কৰা লভাৰ্থীৰ বেংকৰ বিশদ বৰ্ণনাৰ নথিৰ অভাৱত মুঠ সংখ্যাটো দিয়া নহল।
অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অন্তিম চেমিষ্টাৰৰ শিক্ষাৰ্থীক, বিদেশৰ নাম থকা বিশ্ববিদ্যালয়, শিক্ষানুস্থানত ইনটাৰৰ্ণশ্বিপৰ কাৰ্য্যসূচীৰে পুৰস্কিত কৰা হয়। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱাৰ বিমান ভাড়া, ভ্ৰমন বীমা, ভিছা নিবাস, খাদ্য আৰু আতিথ্য লাভ কৰে।
সংখ্যালঘু কল্যাণ বৃত্তি ব্যৱস্থাৰ অধীনত বৃত্তি লাভৰ কাৰণে, ইয়াত ক্লিক কৰক
Title | Size | Detail |
---|---|---|
NEC Scholarship | 598.23 KB | |
State Engineering Scholarship | 547.59 KB |